নিয়োগ খবৰ
-
টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ
টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ…
Read More » -
বি এইছ বি কলেজত চাকৰি
বি এইছ বি কলেজত খালি হৈ থকা অৰ্থনৈতিক বিভাগৰ পদ পূৰণৰ বাবে ব্যৱস্থা কৰা হৈছে। সবিশেষ জানিবলৈ মহাবিদ্যালয়ৰ ৱেবছাইট চাব…
Read More » -
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ১২ পদ খালী
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত খালী হৈ থকা ১২ টা প্ৰবক্তাৰ পদ পূৰণৰ বাবে ব্যৱস্থা কৰা হৈছে।প্ৰাৰ্থী সমূহ ph.d. হোৱাৰ লগতে Net/…
Read More » -
Handloom ত চাকৰি
অসম চৰকাৰৰ উদ্যোগত আৰু বিশ্ব বেংকৰ দ্বাৰা পৰিচালিত APART ৰ সহযোগত অসম হস্ততাঁত বস্ত্ৰশিল্প বিভাগত ৫ টা খালি পদ পূৰণৰ…
Read More » -
মেডিকেল স্বাস্থ্য বিভাগত চাকৰী
অসম চৰকাৰৰ উদ্যোগত মেডিকেল আৰু স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা বিষয়াৰ খালী হৈ থকা ৩৪টা পদ পূৰণৰ বাবে যাে-জা চলাইছে। ইচ্ছুক…
Read More » -
মালিগাঁৱত চাকৰি
ভাৰতীয় ৰেল সংমণ্ডল মালিগাঁৱত খালী হৈ থকা ১২টা খেল বিভাগৰ পদ পূৰণৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। খালী…
Read More » -
এপিএছচিত ৪৬৩টা পদ খালী
লােকসেৱা আয়ােগৰ অধীনত ইঞ্জিনীয়াৰ আৰু জুনিয়ৰ ইঞ্জিনীয়াৰত ৪৬৩টা পদ পূৰণৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। অহা গড়কাপ্টানি বিভাগত…
Read More » -
গুৱাহাটী মেডিকেল কলেজত নিয়ােগৰ ব্যৱস্থা
ৰাজ্যৰ আগশাৰীৰ স্বাস্থ্য মহাবিদ্যালয় গুৱাহাটী মেডিকেল কলেজত ছাইন্টিষ্ট ‘বি’(মেডিকেল) খালী হৈ থকা পদটো পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। উক্ত পদটো…
Read More » -
গােলাঘাট এইচ. পি. বি.ছােৱালী মহাবিদ্যালয়ত পদ খালী
গােলাঘাট জিলাৰ অগ্রণী শিক্ষা প্রতিষ্ঠান এইচ. পি.বি. ছােৱালী মহাবিদ্যালয়ত ৫টা খালী পদ পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। খালী হৈ থকা…
Read More » -
অসম স্কিল ডেভেলপমেন্টত চাকৰি
অসম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত অসম স্কিল ডেভলপমেন্ট মিছনত খালী হৈ থকা দুটা পদ পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। খালী হৈ থকা…
Read More »