বিনোদন
-
ছলমান ইণ্ডিয়ান জেনছ
বলিউডৰ ছুপাৰষ্টাৰসকলৰ ভিতৰত অন্যতম ছলমান খানে নিজৰ শৰীৰ চৰ্চাক লৈ সদায়ে সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰে। ছলমানে ছার্ট খুলিলেই বলি…
Read More » -
জি ৪৯
বিজেপি চৰকাৰে দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা প্ৰতিগৰাকী ব্যক্তিৰ মুখত নামৰ পাছত জি শব্দটো খুবেই উচ্চাৰিত। উদাহৰণস্বৰূপে মােডীজী, জিঅ’কে ধৰি…
Read More » -
ছৈইফ আলীৰ নতুন প্রেমিকা
প্রেম কৰি ভালপােৱা বলিউডৰ তাৰকা অভিনেতা ছৈইফ আলী খানে কৰিনা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হােৱা ছৈইফ আলীৰ জীৱনলৈ আকৌ আহিছে…
Read More » -
উদয়নৰ মঞ্চত অভিনেতা চন্দন ডেকা
বৰ্তমান সৰু পৰ্দা আৰু ভ্ৰাম্যমাণৰ মঞ্চত অভিষেক ঘটিছে এজাক দুৰন্ত তৰুন অভিনেতাৰ । ইয়াৰে ভিতৰত এটি অতি চিনাকি আৰু চৰ্চিত…
Read More » -
ম’বাইল নেটৱৰ্কৰূপী এজোপা গছ
এডাল বিশেষ গছ।গছজোপাৰ ডালে ডালে ওলমি ৰৈছে বিভিন্ন মডেলৰ ম’বাইল ফোন। গছজোপাৰ তলত উৎসুক জনতাৰ ভিৰ। কেতিয়াবা যদি কোনােবাই হর্ষ…
Read More » -
ষ্ট্ৰিট ডান্সাৰ ৩ডি ৰ ধামাল
বৰুণ ধাৱন আৰু শ্রদ্ধা কাপুৰ অভিনীত ষ্ট্ৰিট ডান্সাৰ ৩ডিয়ে মুক্তিৰ এসপ্তাহৰ ভিতৰতে ব’ অফিচত খলকনিৰ সৃষ্টিকৰিছে। নৃত্য গুৰু প্রভু দেৱাৰ…
Read More » -
ৰজনীকান্ত মেন ভাৰ্চেছ ৱাইল্ড
ভাৰতীয় চিনেমাৰ ভগৱান ৰজনীকান্ত এতিয়া দেশৰ প্রখ্যাত অৰণ্যই অৰণ্যই অভিযান কৰাত ব্যস্ত। লক্ষ্য এটাই চিনেমা বহুত কৰিলাে এতিয়া চিকাৰ কৰিম।…
Read More » -
প্রিয়ংকাৰ আবেদনময়ী পােছাক
চৰ্চাৰ অন্ত নাই প্রিয়ংকা চোপ্ৰাৰ। কেতিয়াবা যদি নৃত্যত, কেতিয়াবা আৰু মুখৰ কথাত। এইবাৰ পিছে এটা বিশেষ কাৰণতহেহলি-বলি-টলি অনুৰাগিৰ চৰ্চালৈ আহিছে…
Read More » -
পবিতৰা অভয়াৰণ্য: অসমৰ এক পর্যটনস্থলী
প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ অসমৰ মৰিগাঁও জিলাৰ মায়ং মৌজাত অৱস্থিত পবিতৰা অভয়াৰণ্য পর্যটন স্থলসমূহৰ ভিতৰত এক উল্লেখযােগ্য স্থান। উনৈশ একসত্তৰ চনৰ…
Read More » -
পাউৰুটীত মনালিছা
ইটালীয় চিত্রশিল্পী লিউনার্দো দ্যা ভিঞ্চিৰ বিশ্ববিখ্যাত চিত্রকর্ম মনালিছাৰ কথা হয়তাে সকলােৰে জ্ঞাত। এই মনালিছাক কোৱা হয় পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি…
Read More »