Businessবিশেষশীৰ্ষ

ৱেষ্ট ছাইটে ডিব্ৰুগড়ত আগবঢ়ালে ইয়াৰ অব দ্য ছিজন ছেল

ডিব্ৰুগড়বাসীয়ে প্রিয় ফেশ্বন ব্ৰেণ্ডৰ বহু প্রতীক্ষিত বিক্ৰীৰ বাবে বাট চাই আছে। ভাৰতৰ ফেশ্বনস্থলী টাটা হাউছৰ ৱেষ্ট ছাইডে ইয়াৰ সকলাে স্তৰতে এণ্ড অব দ্য ছেল আগবঢ়াইছে। ডিব্ৰুগড় থানা চাৰিআলিত অৱস্থিত ষ্টোৰত ইয়াৰ দ্বিতীয় এণ্ড অব দ্য ছিজনৰ চেল দেখা যাব। সাজপাৰ, জোতা, আনুসংগিক সামগ্রী আৰু প্রসাধণৰ ক্ষেত্ৰত ষাঠি শতাংশ পর্যন্ত ৰেহাই পাব গ্রাহকসকলে। এক জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে থাকিব।মহিলাৰ ক্ষেত্ৰতাে ৱেষ্ট ছাইডে আগবঢ়াইছে বিশেষ অফাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close