অসমআন্ত-ৰাষ্ট্ৰীয়বিশেষভাল খবৰশীৰ্ষ

হিমা দাসলৈ আন এক বিৰল সন্মান

নিউজ ডেস্ক, ভাল খবৰ: এইবাৰ আমেৰিকান বহুৰাষ্ট্ৰীয় পুৰুষ-আলোচনী GQ (পূৰ্বৰ Gentlemen’s Quarterly)ৰ ভাৰতীয় দিজিতেল সংস্কৰণৰ বেটুপাতত স্থান অসম কন্যা হিমা দাসৰ। আলোচনীখনে আগবঢ়োৱা “Young Indian of the Year” সন্মানো শেহতীয়াকৈ হিমালৈ আগবঢ়োৱা হৈছিল। ১৯৩১ চনত নিউৱৰ্কৰ পৰা প্ৰথম প্ৰকাশ হৈছিল এই আলোচনীখন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close