অসম

হাটিঙা ৰামপুৰ কেন্দ্ৰীয় নামঘৰত “কৰ্ণ পৰ্ব” আৰু “সীতা হৰণ বালী বধ” ভাওনাভাগ সম্পন্ন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত হাটিঙা ৰামপুৰ কেন্দ্ৰীয় নামঘৰত নামঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰামপুৰ উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা “কৰ্ণ পৰ্ব” আৰু “সীতা হৰণ বালী বধ” নামৰ সুন্দৰ ভাওনাভাগ সম্পন্ন হয় । দৰ্শকৰ বিপুল সহাৰি লাভ কৰিলে এই বিশেষ দুখন ভাওনাই । প্ৰতিজন ভাওৰীয়াৰ ভাওনা প্ৰদৰ্শনৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close