অসম

সদৌ অসম বেডমিণ্টন প্ৰতিযোগিতা

২০১৯ৰ বাবে কামৰূপ দল নিৰ্বাচিত

কাৰ্বি আংলং জিলাৰ ডিফু ত হ’বলগীয়া ৬৭তম্ য়’নেক্স সদৌ অসম আন্ত:জিলা আৰু মুকলি বেডমিণ্টন প্ৰতিযোগিতা-২০১৯ অনুষ্ঠিত হ’ব।অহা ২ছেপ্টেম্বৰ ৰপৰা ৭ছেপ্টেম্বৰ লৈ হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ ৰ বাবে কামৰূপ গ্ৰাম্য জিলাৰ দলটিৰ নিৰ্বাচিত প্ৰতিযোগীসকল ইতিমধ্যে সাজু হৈছে । বিশ্বজিৎ বৰদলৈ  প্ৰশিক্ষক হিচাপে জিলাখনৰ বেডমিণ্টন দলটোৰ পুৰুষ শাৰীত ডেবা লালুং বৰদলৈ,সংগ্ৰাম চুতীয়া, আয়ান ৰছিদ,সুৰজ গোৱালা আৰু জয়ৰাম পেগু; আনহাতে, মহিলাৰ শাৰীত মেঘা মৰ্চনা বৰা,মিনাৰা পাকিজা উল্লাহ,অনুশ্ৰী মহন্ত,ৰিচিকা মহন্ত আৰু ঐশ্চৰ্য্য চৌধুৰী থাকিব বুলি দলটোৰ মেনেজাৰ জেহেৰুল চৌধুৰীয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close