
বৰুণ ধাৱন আৰু শ্রদ্ধা কাপুৰ অভিনীত ষ্ট্ৰিট ডান্সাৰ ৩ডিয়ে মুক্তিৰ এসপ্তাহৰ ভিতৰতে ব’ অফিচত খলকনিৰ সৃষ্টিকৰিছে। নৃত্য গুৰু প্রভু দেৱাৰ পৰিচালনাত নির্মিত ছবিখনে প্রথম সপ্তাহত ৫৬ কোটিৰাে অধিক টকা উপার্জন কৰি কংগনা ৰণাৱটৰ ‘পাংগা’ ছবিখনক পিছ পেলাইছে। ‘পাংগাই প্রথম সপ্তাহত উপার্জন কৰিছে মাত্র ২১ কোটি। অৱশ্যে দুয়ােখন ছবিৰে অভিনয় কৰা কলা-কুশলীসকলে দর্শনীয় অভিনয় কৰিছে।