অসম

শোণিতপুৰ জাতীয় বিদ্যালয়ত ৪৫১ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

বৈকুন্ঠ নগৰীলৈ পৰিণত ইতিহাসপ্ৰসিদ্ধ তেজপুৰৰ নিকামুলস্থিত শোণিতপুৰ জাতীয় বিদ্যালয়ৰ চৌপাশ । ৪৫১ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰে পৰাই শোণিতপুৰ জাতীয় বিদ্যালয়ত ডৱা, খোল-তাল, হৰি নামৰ ধ্বনিৰে মুখৰিত কৰাৰ লগতে বৈকুন্ঠ নগৰীলৈ পৰিণত হোৱা দেখা যায় । বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সহায়-সহযোগত ছাত্ৰ-ছাত্ৰীসকলেও ভক্তিভাৱেৰে হৰি নাম পৰিৱেশন কৰি উপস্থিত অভিভাৱকৰ লগতে নিমন্ত্ৰিত অতিথিৰ মন জয় কৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close