অসমবিশেষশীৰ্ষ

শোণিতপুৰত অজগৰ উদ্ধাৰ

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ বালিগাঁও গ্ৰীন ভিলেজ এন জি অ’ৰ নেতৃত্বত বালিগাঁও মিড়ি মাগুৰ বিলত প্ৰায় ১৬ ফুটৰ

এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰি ৰঞ্জন মিলি আৰু নৃপেন মিলিয়ে বিভাগীয় চাৰিদুৱাৰ ৰেঞ্জ অফিচাৰ মনোৰঞ্জন বৰাক চমজাই দিয়ে । উল্লেখযোগ্য যে, এই প্ৰকাণ্ড অজগৰডাল প্ৰত্যক্ষ কৰিবলৈ স্থানীয় ৰাইজে উদ্ধাৰস্থলীত ভিৰ কৰা দেখিবলৈ পোৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close