অসমবিশেষশীৰ্ষ

লাচিত দিৱস উপলক্ষে সৰভোগত গছপুলি ৰোপণ কাৰ্যসূচী

ছহিজুল আলী, সৰভোগ

সমগ্ৰ ৰাজ্যৰ লগতে সৰভোগতো লাচিত দিৱস দিৱস পালন কৰা হয় ৷বৰনগৰৰ একাংশ চৰকাৰী কৰ্মচাৰী আৰু স্থানীয় যুৱকে জাতীয় বীৰ গৰাকীক শ্ৰদ্ধা জনাই সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা খালী ঠাইবোৰত বিভিন্ন গছপুলি ৰোপণ কৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে হেমেন পাঠক, সাৰংগ পাণি শৰ্মা, উৎপল ডেকা, বিদ্যুত দাস, নৱজ্যোতি দাস, অৰূপ দাস, আমিৰ আলী,ভূপেন ছেত্ৰী, গুণজিৎ মজুমদাৰ, খনিন দাস, হেমেন নাথ,ৰিতু আলী, চক্ৰ পাল,ধনী আলী, চন্দন দাস ৷গছপুলি ৰোপণ কৰি এইসকল লোকে জাতীয় বীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close