অসম

যোৰহাট এক্সিছ বেংকৰ নতুন শাখা মুকলি

নিউজ ডেস্ক, ভাল খবৰ: দেশৰ বেচৰকাৰী খণ্ডৰ তৃতীয় বৃহৎ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকে মুকলি কৰিলে ইয়াৰ নতুন শাখা। এই শাখাই গ্ৰাহক সকলক ধন জমা, ঋণ, লকাৰ আদি সকলো সুবিধাই প্ৰদান কৰিব।

লগতে বেংকৰ তৰফৰ পৰা এক্সিছ পে, এক্সিছ এপ্লিকেচন আদি সুবিধাও প্ৰদান কৰা হ’ব।জানিব পৰা মতে, গ্ৰাহক সকলৰ সুবিধাৰ্থে ডিজিটেল সেয়াও আগবঢ়াব বেংক শাখাই। সি যি নহওক যোৰহাটবাসীৰ বাবে এয়া এক সচাঁই ভাল খবৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close