
মৰিগাঁও বিএড মহাবিদ্যালয়ত খালী হৈ থকা দুটা পদ পদৰ বাবে ১৭ নৱেম্বৰত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হৈছে। বিজ্ঞান অধ্যাপকৰ বাবে এমএছচি, এমইএড আৰু নেট/পিএইচডি ডিগ্রীধাৰী হােৱাৰ লগতে ভাষা অধ্যাপকৰ বাবে এমএ (ইংৰাজী, অসমীয়া) এমইএড নেট/পিএইচডি ধাৰী হ’ব লাগিব। দৰমহা ২০ হেজাৰ। সাক্ষাৎকাৰৰ ঠিকনা—কলেজ অব এডুকেচন মৰিগাঁও কেম্পাছ। সময়—ৰাতিদুৱা দহ বজাৰ আবেলি দুই বজালৈ।