অসমবিশেষশীৰ্ষ

মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীয়া বৃদ্ধি

আগন্তুক ২০১৯-২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰিছে মাধ্যমিক শিক্ষা পৰিষদে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ৯ নৱেম্বৰৰ পৰিৱৰ্তে ১৩ নৱেম্বৰলৈ সময়সীমা বৃদ্ধি কৰা হৈছে । উল্লেখ্য যে, পূৰ্বতে প্ৰ-পত্ৰ পূৰণৰ দিন  ১৪ অক্টোৱৰৰ পৰা ৯ নৱেম্বৰ ধাৰ্য কৰিছিল ছেবাই ।শীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহন কৰিছে ছেবাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close