অসমনিয়োগ খবৰবিশেষশীৰ্ষ

মাজুলী উপায়ুক্ত কার্যালয়ত পদ খালী

মাজুলী উপায়ুক্ত কার্যালয়ত খালী হৈ থকা ডাটা এন্ট্রী অপাৰেটৰ পদ পূৰণৰ বাবে অহা ২১ নৱেম্বৰত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হৈছে। খালী পদৰ সংখ্যা এটা। ছয় মাহৰ কম্পিউটাৰ শিক্ষাৰ অৰ্হৰ্তাৰ লগতে উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হ’ব লাগিব। দৰমহা ৬ হেজাৰ। সবিশেষ জানিবলৈ বিভাগীয় কর্তৃপক্ষৰ ৱেবছাইট চাব পাৰে। সাক্ষাৎকাৰৰ স্থান মাজুলী উপায়ুক্তৰ কার্যালয়, মাজুলী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close