অসমবিশেষশীৰ্ষ

মহিন্দ্রা ফাইনেন্সৰ দুচকীয়া বাহনৰ মেলা

গ্রাম্য আৰু অর্ধ-চহৰীয়া বজাৰৰ ওপৰত গুৰুত্ব দিয়া নেনাে বেংকিং ফাইনেন্স কোম্পানী মহিন্দ্রা ফাইনেন্সৰ দ্বাৰা গুৱাহাটীত দুচকীয়া বাহনৰ মহা লােনমেলাৰ আৰম্ভ কৰা হৈছে। ২৩ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ গণেশ মন্দিৰ ষ্টেডিয়ামত সফলভাৱে অনুষ্ঠিত হয় এই লোন মেলা। এমএনএম মাৰুতি টয়টা হােণ্ডাই, টাটা মটৰ্ছ ৰেণাল্ট, নিচান, মহিন্দ্রা এণ্ড স্বৰাজ ট্রে”ৰ আদি ২ হুইলাৰৰ দৰে অইএমসকলেও অংশগ্রহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close