অসমশীৰ্ষ

মহানগৰীত গণেশ চতুৰ্থী উদযাপন

আজি গণেশ চতুৰ্থী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো উলহ মালহেৰে উদযাপন কৰা হৈছে গণেশ চতুৰ্থী। সেয়ে পুৱাৰ ভাগৰ পৰাই মহানগৰীৰ গণেশ মন্দিৰতো বিৰ দি বাট নোপোৱা অৱস্থা। ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিঙা সোত। প্ৰৱল ৰদ বৰষুণকো নেওচি ভক্তপ্ৰাণ ৰাইজৰ পূজা অৰ্চনা। অসমত অশান্তি,অসূয়া আতৰি শান্তি গঢ় লওক সকলোৱে তাৰেই কামনা কৰিছে সিদ্ধিদাতা গৰাকীৰ ওচৰত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close