অসমবিশেষশীৰ্ষ

ভূমি পৰীক্ষণ-গুনগতমান নিৰুপন পৰীক্ষাৰগাৰৰ আধাৰশিলা স্থাপন

ছহিজুল আলী, সৰভোগ

কৃষি কৰ্মৰ লগত জড়িত যুৱক-যুৱতীসকলৰ বাবে এক ভাল খৱৰ,অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা সৰভোগ সমষ্টি বিধায়ক ৰণজিৎ কুমাৰ দাসে,গ্ৰাম্য আন্ত:গাথনি উন্নয়ন পুঁজিৰ অধীনত বৰপেটা জিলাৰ সৰভোগ বীজপাম চৌহদত নিৰ্মাণ হবলগীয়া ভূমি পৰীক্ষণ আৰু গুনগতমান নিৰুপন পৰীক্ষাৰগাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close