ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ভাৰতৰ জয়

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বি-পাক্ষিক মহিলা টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন মেচত ৭ উইকেটত জয়লাভ কৰে ভাৰতীয় দলটোৱে। গুৱেনাত শুকুৰবাৰে অনুষ্ঠিত মেচত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৬০ ৰাণৰ লক্ষ্য অতি সহজে অতিক্রম কৰে ভাৰতীয় দলটোৱে। মেচখনত আলহী দল ভাৰতৰ জেমিমা ৰড্রিগুৱেজৰ অপৰাজিত ৪০ ৰাণৰ সহায়ত ১৬.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই প্রয়ােজনীয় ৰাণখিনি সংগ্রহ কৰে।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close