অসম

বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

ছহিজুল আলী, সৰভোগ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাৰ বৰনগৰতো ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় শিক্ষক দিৱস।বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱাৰে পৰা বৃহত্তৰ বৰনগৰ অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠানত উপস্থিত হৈ,শিক্ষানুষ্ঠানৰ অধ্যক্ষ,প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীক সম্বৰ্ধনা জনায়৷

 


এই সময়ছোৱাত উপস্থিত থাকে,বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত দাস,ৰমেন দাস,মৈপ্ৰাণ অধিকাৰী আৰু মামুদুল হাছানে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close