বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ব্যতিক্ৰমী পতাকা সাজি চমকসৃষ্টি অমৃতছৰৰ শিক্ষকৰ

৭১ হাজাৰ টুথপিক ব্যৱহাৰ কৰা হৈছে পতাকাখনত

কাইলৈ দেশজুৰি উদযাপন কৰা হব গণতন্ত্ৰ দিৱস।ইতিমধ্যেই তুংগত উঠিছে প্ৰস্তুতি। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত এতিয়া চৰ্চালৈ আহিছে অমৃতছৰৰ এগৰাকী শিক্ষক। নাম তেওঁৰ বিলজিন্দৰ সিং।কিয়নো গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত তেওঁ সাজি উলিয়াইছে এখন বিশেষ পতাকা। যত ব্যৱহাৰ কৰা হৈছে সৰ্বমুঠ ৭১হাজাৰ টুথপিক। যিয়ে অন্যৰ তুলনাত যথেষ্ট ব্যতিক্ৰম কৰি তুলিছে পতাকাখনক। উল্লেখযোগ্য যে, এই ব্যতিক্ৰমী পতাকাখন নিৰ্মাণ কৰিবলৈ তেওঁৰ সময় লাগিছিল মুঠ ৪১দিন। এইবাৰ এই ব্যতিক্ৰমী পতাকাখনে এক বিশেষ মাত্ৰা লাভ কৰিব বুলি সকলোৱে মতপোষণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close