অসমনিয়োগ খবৰবিশেষশীৰ্ষ

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চাকৰি

ৰাজ্যৰ আগশাৰীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ছাইন্টিফিক বি (মেডিকেল) পদৰ বাবে প্রার্থীসকলৰ পৰা আবেদন বিচৰা হৈছে। খালী পদৰ সংখ্যা এটা। তদুপৰি প্রজে” টেকনিকেল অফিচাৰ দুটা আৰু লেব টেকনেচিয়ান এটা, ফিল ৱৰ্কাছত খালী হৈ থকা এটা পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ প্রতিষ্ঠানটোৰ ৱেবছাইট চাব পাৰে। মৌখিক সাক্ষাৎকাৰযােগে অনুষ্ঠিত হ’বলগীয়া বাছনি প্রক্রিয়াৰ তাৰিখ ১১ নৱেম্বৰ। সময় পুৱা ৯-১০ বজালৈ। ঠিকনা— কনফাৰেন্স হ’লবিবিচিআই প্রশাসনিক বিভাগ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close