অসমবিশেষশীৰ্ষ

বিষ্ণুমেলাত দিব্যাংগ শিল্পীৰ কন্ঠৰ যাদু

কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত অনুস্থিত হোৱা ৪৩ তম দৌল উৎসৱৰ অন্তিম দিনা দিব্যাংগ শিল্পীৰ দ্বাৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানে অনন্য ৰূপ প্ৰদান কৰে কপিলী পাৰত।দিব্যাংগ শিল্পীৰ ভিতৰত কামপুৰৰ মনি হাজৰিকা বৰা আৰু মৰিগাঁৱৰ খগেন শইকীয়াৰ কণ্ঠই মন্ত্ৰমুদ্ধ কৰি ৰাখে উপস্থিত ৰাইজক।কেইবাটাও ব্যক্তিগত টিভি চেনেলৰ লগতে বহু মঞ্চত গীত পৰিৱেশন কৰা মনি বৰা হাজৰিকা বাদ্যযন্ত্ৰৰ শিল্পী হিচাপেও ৰাইজক মোহিত কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close