অসমশীৰ্ষ

বিশ্বনাথত বিনামূলীয়া স্কুল বেগ বিতৰণ

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত বিত্তীয় প্ৰতিষ্ঠান স্যাটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড ৰ উদ্যোগত আজি বিশ্বনাথ ঘাটৰ বিশ্বনাথ প্ৰাথমিক বিদ্যালয়ৰ আৰু বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনা মুলীয়া স্কুল বেগ বিতৰণ কৰা হয়।উক্ত অনুষ্ঠানত দুয়ো খন বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ লগতে স্যাটিন ৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close