নিয়োগ খবৰশিশু

বিভিন্ন বিভাগত পদ খালী

  • হিন্দুস্তান বিস্কুট, কলগেট কোম্পানীত পেকেজাৰ, ছুপাৰভাইজৰ, ছিকিউৰিটি কামত যুৱকৰ আৱশ্যক। শিক্ষা নালাগে। যােগাযােগ নম্বৰ ঃ ৮৭২৩৯-৩৫৫৪৬। মেডিকেল সঞ্চালকৰ কাৰ্যালয়ত চাকৰি অসম চৰকাৰৰ মেডিকেল শিক্ষা সঞ্চালকালয় কার্যালয়ত ১৭টা খালী হৈ থকা পদ পূৰণৰ বাবে ইচ্ছুক প্রার্থীসকলৰ পৰা আবেদন বিচৰা হৈছে। ভাৰতীয় সংবিধানৰ আধাৰত নাগৰিকত্ব লাভ কৰা প্রার্থীসকলে আবেদন কৰিব পাৰিব। বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ। বয়সৰ সীমা নির্ধাৰণ কৰা হােৱা নাই। ইচ্ছুক প্রার্থীসকলে সবিশেষ জানিবলৈ বিভাগীয় কর্তৃপক্ষৰ ৱেবছাইট চাব পাৰে। লগতে আবেদনপত্রসমূহ ইংলিছত dmeassam@gmail.com/anupkbarman@rediffmail.comত পঠাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close