অসমভাল খবৰশীৰ্ষ

বাজেট সম্পৰ্কত বিত্ত মন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক, ভাল খবৰ: বাজেট সম্পৰ্কত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু ভাল খবৰ ঘোষণা কৰিছে। এইবাৰ বাজেটত স্বাস্থ্য, শিক্ষা, যাতায়ত, পৰ্যটন, কৃষি, জলসিঞ্চন আদিত অধিক গুৰুত্ব দিয়া হ’ব বুলি কৈছে মন্ত্ৰীগৰাকীয়ে। তদুপৰি প্ৰথমবাৰৰ বাবে অসমৰ বাজেট উত্থাপন হ’ব ডিজিটেল ৰূপত। আৰু ৱেবচাইটত উপলব্ধ হ’ব বাজেট। সীমিত সংখ্যক বাজেটৰ কপিহে ছপা কৰা হ’ব বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close