Businessবিশেষশীৰ্ষ

বজাৰত হিৰোৰ নতুন ই-বাইক

হিৰোৰ অধীনস্থ লেক্ট্ৰ’ ই-মবিলিটি চলিউচনছে অলপতে ভাৰতৰ বজাৰত মুকলি কৰে নতুন বৈদ্যুতিক বাইচাইকেল ‘টাউনমাষ্টাৰ’। পুৰুষ মহিলা উভয়ে ব্যৱহাৰৰ উপযোগী এই ই বাইকখনে মাত্ৰ এবাৰ ছাৰ্জত ৩০-৪০কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।প্ৰতিস্থানটোৱে ইয়াৰ আঠটা ভিন্ন মডেল মুকলি কৰিছে।এই ই বাইকখনত থকা সুবিধাসমূহ ক্ৰমে: শক্তিশালী হেডলাইট, ছাছপেন্সন সুবিধা, ডবল ডিস্ক ব্ৰেক আদি। উল্লেখযোগ্য যে, এই ই বাইকখনৰ বজাৰ মূল্য হব ৩০,৯৯৯ টকা ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close