অসমবিশেষশীৰ্ষ

প্ৰথমবাৰৰ বাবে ছাত্ৰ আৰু যুৱ কল্যাণ মহোৎসৱ

প্ৰথমবাৰৰ বাবে ছাত্ৰ আৰু যুৱ কল্যাণ মহোৎসৱ ১৯,২০, ২১ জানুৱাৰীত সৰুসজাইত হ’ব। বিত্তমন্ত্ৰীয়ে উদ্বোধন কৰিব এই অনুষ্ঠান ।
১১০ খম মহাবিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিয়ে অংশ ল’ব। ২১ জানুৱাৰীত সামৰণি অনুস্থানত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বলীউদৰ অভিনেতা বিবেক অৱৰয়। তিনিওটা দিনত থাকিব বিভিন্ন কাৰ্যসূচী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close