অসমবিশেষশীৰ্ষ

পর্যটনক্ষেত্ৰলৈ কলিয়াবৰৰ খােজ

দেশৰ পৰ্যটনৰ মানচিত্ৰত সংযােজিত হ’ল এটি নতুন নাম। কলিয়াবৰত সূচনা হ’ল এক ন অধ্যায়। দেশৰ পর্যটনক্ষেত্ৰত আনুষ্ঠানিকভাৱে খােজ পেলালে কলিয়াবৰে। গুজৰাটৰ পৰ্যটকৰ আগমনেৰে কলিয়াবৰ পৰ্যটনৰ ক্ষেত্ৰৰূপে এখোজ আগুৱালে। শিলঘাটৰ কামাখ্যা মন্দিৰত পূজা-অর্চনা কৰি দুই মুনি, শিলা, ত্রিশূলধাৰী মন্দিৰ পৰিদৰ্শন কৰে গুজৰাটৰ পর্যটকে। উল্লেখ্য যে কলিয়াবৰ মহকুমা প্রশাসনে কলিয়াবৰক পর্যটনক্ষেত্ৰৰূপে গঢ়ি তােলা প্রচেষ্টাৰ ফচল হিচাপেই কলিয়াবৰলৈ আগমন ঘটে পর্যটকৰ প্ৰথমটো দলৰ। পর্যটকে নতুন ডাংগা গাঁৱত সুবিধা লাভ কৰিব পৰম্পৰাগত সুস্বাদু আহাৰ গ্ৰহণ। ইফালে কলিয়াবৰ মহকুমা প্রশাসনে গুজৰাটৰ পৰ্যটকক ফুলাম গামােচাৰে আদৰণি জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close