অসমবিশেষশীৰ্ষ

পক্ষীৰ কলৰৱত সাৰ পোৱা এখন গাওঁ

ৰূপজ্যোতি ভূঞা, কামপুৰ

প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশ ।শীতৰ হিমসনা পুৱাই জাক জাক আলহী পক্ষীৰ কলৰৱত মুখৰিত কামপুৰৰ এটা অঞ্চল ৷পথৰ কাষৰে পাৰহৈ যাওঁতেও পক্ষীৰ চি চি শব্দত এবাৰ হলেও চাই যাবলৈ বাধ্য হয় পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্যবোৰ ।প্ৰতি বছৰে কামপুৰ আহোম গাঁৱলৈ আগমন হয় হাজাৰ হাজাৰ পৰিশভ্ৰমী পক্ষীৰ ৷ এই পক্ষী সমূহৰ নান্দনিক দৃশ্যই সকলোৱে মন মুহিত কৰি ৰাখে ৷শীতৰ আগমনৰ লগে লগে অহা এই পক্ষী সমূহক দূস্কৃতিকাৰীৰ পৰা সংৰক্ষণ কৰি ৰাখিছে কামপুৰৰ এজন সচেতন যুৱক প্ৰসেনজিৎ বৰুৱাই ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close