অসমশিশু

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

  • ধুবুৰী জিলা উপায়ুক্ত কার্যালয়ত খালী হৈ থকা ড্রাইভাৰ (গ্রেড ৩) পদ পূৰণৰ বাবে ইচ্ছুক প্রার্থীসকলৰ পৰা আবেদন বিচৰা হৈছে। অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীসকলে ১৫ নৱেম্বৰৰ ভিতৰত ডেপুটি কমিছনাৰ অফিচ, ধুবুৰী, প্রথম মহলা, ব্যক্তিগত শাখা বিভাগত আবেদনপত্রসমূহ প্ৰেৰণ কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close