অসমভাল খবৰশীৰ্ষ

দেশৰ শ্ৰেষ্ঠ সাংসদৰ বঁটা গৌৰৱ গগৈলৈ

নিউজ ডেস্ক, ভাল খবৰ: অসমৰ সাংসদ গৌৰৱ গগৈলৈ স্বীকৃতি প্ৰদান। দেশৰ শ্ৰেষ্ঠ সাংসদৰ বঁটা আগবঢ়োৱা হৈছে গৌৰৱ গগৈলৈ। মুঠ ২৫ গৰাকী সাংসদলৈ আগবঢ়োৱা হয় এই বঁটা। ফেম ইণ্ডিয়াই আজি প্ৰদান কৰে বঁটাসমূহ। দিল্লীৰ বিজ্ঞান ভৱনত বঁটা প্ৰদান অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close