অসমবিশেষশীৰ্ষ

দিল্লী ৱানদাৰ ৱৰ্ল্ড

দেশৰ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত আৰু কণ কণ ছাত্র-ছাত্রীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ স্বাৰ্থত দিল্লী পাব্লিক স্কুল আৰু দিল্লী ৱণ্ডৰ ৱল্ডে এক ব্যতিক্রমী প্রচেষ্টা হাতত লৈছে। উত্তৰ-পূব ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ উত্তোৰণৰ ক্ষেত্ৰত ২০২০ বৰ্ষত শিলিগুৰিৰ পৰা প্রি স্কুল উইং অভিযান আৰম্ভ কৰিব। শুকুৰবাৰে শিলিগুৰিৰ এখন আভিজাত্য হােটেলত এক বর্ণাঢ্য অনুষ্ঠান আয়ােজন কৰি এই সন্দৰ্ভত প্রছপেছি আৰু ৱেবছাইট মুকলি কৰে। উল্লেখ্য যে বর্তমানলৈ দেশৰ ৭৯ খন দিল্লী পাব্লিক স্কুল প্রতিষ্ঠা হৈছে। কেজিৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুঠ ৭৯ খন স্কুল প্রতিষ্ঠা কৰা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close