ক্ৰীড়াঙ্গণভাল খবৰ

টাটা ষ্টীলৰ বিজয় দিৱস সম্পন্ন

নিউজ ডেস্ক, ভাল খবৰ: মাত্ৰ পঞ্চতম বছৰৰ ভিতৰতে টাটা ষ্টীল কলকাতায় ২৫ হাজাৰ পূৰ্বৰ বিপ্লৱক কেন্দ্ৰ কৰি কিংবদন্তি চহৰ হিচাপে পৰিগণিত হৈছে। এই বৰ্ষটো তেওঁলোকে দেশৰ শ্বহীদ সকলক সুঁৱৰি আজি বিজয় দিৱস উদযাপন কৰে। এই অনুষ্ঠানত এইবাৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে উপস্থিত থাকে চাৰিবছৰ একেৰাহে অলিম্পিক গেমচৰ বিজয়ী খেলুৱৈ গ্ৰেগ লুগানিছ ।

এই বিশেষ অনুষ্ঠানৰ ব্ৰেণ্ড এম্বেচাদৰ হিছাপে স্বীকৃতি লাভ কৰি তেওঁ এই বিশেষ সন্মানৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে চলিত মাহৰ শেষৰ পিনে অৰ্থাৎ ২৫ ডিচেম্বৰত পুৰুষ আৰু মহিলা উভয় শাখাত ১৫ কিঃমিঃ দূৰত্বৰ এক মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ উপৰিও বিগত দিনত টাটা ষ্টীল উদ্যোগত বিভিন্ন সামাজিক উন্নয়ন মূলক কাম কৰি অহা হৈছে টাটা ষ্টীল এনে
সমাজহৈতসী পদক্ষেপক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সম্প্ৰতি কলিকতা বাসীৰ লগতে দেশবাসীও। উল্লেখযোগ্য যে এইবাৰৰ টাটা ষ্টীলৰ বিজয় উৎসৱৰ লগত সংগতি ৰাখি টাটা ষ্টীলে প্ৰায় অৰ্ধশতাধিক ভিন্ন বয়সৰ বিভিন্ন ক্ষেত্ৰৰ লোকক বিজয়ী বুলি স্বীকৃতি প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close