ফেশ্বনবিনোদনশীৰ্ষ

জাহ্নৱীয়ে ভাল পায় পুৰুষৰ পাৰফিউম

শ্ৰীদেৱী তনয়া জাহ্নৱী কাপুৰ এতিয়া সকলােৰে স্বল্পৰ নায়িকা। আবেদনময়ী ভংগীমাৰে ছ’চিয়েল মিডিয়াত এতিয়া অন্যতম জনপ্রিয় চেলিব্রেটি হৈ পৰিছে জাহ্নৱী। ইতিমধ্যে জাহ্নৱী জয়া আখতাৰৰ ‘ঘােষ্ট ষ্ট’ৰিছ’, চাৰণ শৰ্মাৰ ‘গুঞ্জন চাকচেনা : দ্য কাৰগিল গার্ল’,হার্ডিক মেহতাৰ ৰুহি আফজা’, কলিন ডি কুনহাৰ ড’ষ্টানা-২’ত দেখা পােৱা গৈছে। হট আৰু ব’ল্ড অভিনেত্রীগৰাকীক লৈ চাঞ্চল্য ধাৰাবাহিকভাৱে চলি আহিছে। শেহতীয়াকৈ অভিনেত্রীগৰাকীৰ এক মন্তব্যই খলকনি তুলিছে। সংবাদ মাধ্যমক দিয়া মন্তব্য অনুসৰি জাহ্নৱী কাপুৰে ভাল পায় পুৰুষৰ পাৰফিউম। আনকি নিশা বাহিৰলৈ গ’লে জাহ্নৱীয়ে মহিলাৰ পাৰফিউমৰ লগত পুৰুষৰ পাৰফিউম মিশ্রণ কৰিহেবাহিৰলৈ যায়। জাহ্নৱীকাপুৰৰ পুৰুষৰ পাৰফিউমৰ প্রতি এই আসক্তিয়ে অনন্ত প্রশ্নৰ উদ্রেক কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close