চলচ্চিত্ৰজগতবিনোদনবিশেষশীৰ্ষ

ছলমান ইণ্ডিয়ান জেনছ

বলিউডৰ ছুপাৰষ্টাৰসকলৰ ভিতৰত অন্যতম ছলমান খানে নিজৰ শৰীৰ চৰ্চাক লৈ সদায়ে সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰে। ছলমানে ছার্ট খুলিলেই বলি অনুৰাগিৰ মাজত একপ্রকাৰ ছুনামিৰ জোৱাৰ সৃষ্টি হয়। মুঠতে ছলমানৰ প্ৰতিটো ভংগীমাই দৰ্শকৰ খুবেই প্রিয়। বিশেষকৈ বলি অনুৰাগি যুৱতীসকলৰ মাজত। কিশােৰৰ পৰা আৰম্ভ পৰি বয়ােজ্যেষ্ঠসকলৰ মাজতাে জনপ্রিয় ‘ডাবাং’খ্যাত ছলমান খান। এইবাৰ বলি অনুৰাগিক উপহাৰ দিবলৈ ছলমানে গ্ৰহণ কৰিছে এক ব্যতিক্রমী পন্থা। নাম ইণ্ডিয়ান জেনছ! এতিয়া হয়তাে সকলােৰে মনত প্রশ্ন হৈছে ইণ্ডিয়ান জেনছ কি? ইণ্ডিয়ান জেনছ হ’ল হলিউডৰ আশীৰ দশকৰ এখন সফল এন ছবি ‘ইণ্ডিয়ান জেনছ’। এই ছবিখন ৰিমেক হিচাপে পুনৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। ছলমান এণ্ড কোম্পানীয়ে। এতিয়া এই ছবিখনৰ বাবেই দিনে-নিশাই কঠোৰ পৰিশ্ৰমত ব্যস্ত ছলমান ব্রীগেড। অৱশ্যে ছবিখনে কেতিয়া মুক্তি পাব সেই বিষয়ে প্রকাশ কৰা নাই অভিনেতাগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close