অসমশীৰ্ষসাংস্কৃতিক

চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি জন্মদিন

অসমৰ এগৰাকী অন্যতম চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি জন্মদিন। উল্লেখ্য যে, ১৯৪৭ চনত ডিব্ৰুগড়ত আজিৰ দিনটোতে জন্মগ্ৰহন কৰিছিল অভিনেতাজনে। আৰু ২০১৭ চনৰ ২২ নৱেম্বৰত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। সেয়ে আজিৰ এই বিশেষ দিনটোত ভাল খবৰৰ তৰফৰপৰা শ্ৰদ্ধাৰে সোঁৱৰিছো শিল্পীগৰাকীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close