অসমনিয়োগ খবৰবিশেষশীৰ্ষ

গুৱাহাটী মেডিকেল কলেজত নিয়ােগৰ ব্যৱস্থা

ৰাজ্যৰ আগশাৰীৰ স্বাস্থ্য মহাবিদ্যালয় গুৱাহাটী মেডিকেল কলেজত ছাইন্টিষ্ট ‘বি’(মেডিকেল) খালী হৈ থকা পদটো পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। উক্ত পদটো পূৰণৰ বাবে কেৱল মৌখিক সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব। সাক্ষাৎকাৰৰ সময় পুৱা ১১ বজা, তাৰিখ ২৫ নৱেম্বৰ, স্থান : গুৱাহাটী মেডিকেল কলেজ। সবিশেষ জানিবলৈ বিভাগীয় ৱেবছাইট চাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close