ক্ৰীড়াঙ্গণশীৰ্ষ

গুৱাহাটীত ফিফাৰ মেচ

কাটাৰ বিশ্বকাপ

২০২২ কাটাৰ ফুটবল বিশ্বকাপৰ কোৱালিফায়িং মেচৰ স্থান  ঘােষণা কৰিছে বিশ্ব ফুটবল। সংস্থাটোৱে। যােগ্যতা নির্ণায়ক খেলৰ বাবে ভাৰতৰ গুৱাহাটী, আহমেদাবাদ আৰু কলকাতাক বাছনি কৰি উলিয়াছে। সংস্থাটোৱে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীত ঘৰুৱা দল ভাৰতে প্ৰথমখন মেচ ওমানৰ বিৰুদ্ধে খেলিব। তদুপৰি গ্রুপ পর্যায়ৰ। দুখন মেচ গুৱাহাটীত অনুষ্ঠিত হােৱাৰ বিপৰীতে কলকাতাত হ’ব উদ্বোধনী খেলখন।

এই সন্দৰ্ভত ভাৰতৰ ফুটবল সংস্থাটোৱে প্ৰকাশ কৰে যে। আগন্তুক হ’বলগীয়া কোৱালিফায়িং মেচসমূহৰ বাবে নির্ধাৰিত ষ্টেডিয়ামসমূহ । পর্যৱেক্ষণ কৰিবলৈ শীঘ্রেই ফিফাৰ তৰফৰ পৰা এটা দল আহিব। ফিফাৰ পর্যৱেক্ষণ দলটোৱে অনুমতি প্রদান। কৰিলে চূড়ান্ত কৰা হ’ব খেলসমূহৰ তাৰিখ। উল্লেখ্য যে ৫ ছেপ্টেম্বৰৰ পৰা ৯ জুলাইলৈ | অনুষ্ঠিত হ’ব কাটাৰ ফুটবল বিশ্বকাপৰ যােগ্যতা নির্ণায়ক মেচ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close