
গােলাঘাট জিলাৰ অগ্রণী শিক্ষা প্রতিষ্ঠান এইচ. পি.বি. ছােৱালী মহাবিদ্যালয়ত ৫টা খালী পদ পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। খালী হৈ থকা বিভাগীয় প্রবক্তাৰ পদসমূহ হ’ল— অর্থনৈতিক, অসমীয়া, ইংৰাজী, গৃহ বিজ্ঞান আৰু সংস্কৃত। সবিশেষ জানিবলৈ মহাবিদ্যালয়ৰ ৱেবছাইটৰ লগতে কর্তৃপক্ষৰ লগত যােগাযােগ কৰিব পাৰে।