অসমআন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

গামোচাই লাভ কৰিলে ভৌগোলিক পৰিচয়

অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে ভৌগোলিক পৰিচয়(Geographical Identity Tag)। গোলাঘাট হস্তশিল্পৰ তৰফৰ পৰা গামোচাক এই সন্মানৰ বাবে আবেদন জনোৱা হৈছিল। এই আবেদনৰ ভিত্তিতেই দেশৰ Intellectual property India চমুকৈ (IPI) য়ে গামোচাক GI Tag প্ৰদান কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অসমৰ মুগা, জহা, চকোৱা চাউল আৰু তেজপুৰৰ লিচুৱেও এই পৰিচয় লাভ কৰি বিশ্বদৰবাৰত স-সন্মানে জিলিকি ৰৈছিল অসমৰ স্বাভিমান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close