Businessবিশেষশীৰ্ষ

ক্লীন টু গ্ৰীণৰ অভিযান

অগ্রণী ৰিভাৰ্ছ লজিষ্টিক সমাধান প্রতিষ্ঠান ৰিভাৰ্ছ লজিষ্টিক গ্রুপে ভাৰতত মুকলি কৰিলে ইয়াৰ ফ্লেগশ্বিট ক্লীন টু গ্ৰীণৰ দ্বিতীয়টো অভিযান। ইলেনিক সামগ্রী নিষ্কাশন আৰু সুৰক্ষিতভাৱে সামগ্রী পুনৰ ব্যৱহাৰক্ষম কৰি তােলাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে এই অভিযানৰ মূল লক্ষ্য। বিগত বিত্তীয় বৰ্ষত ক্লীন টু গ্রীণ কেপ্টেইনৰ প্ৰথমটো সংস্কৰণত ২৭ খন ৰাজ্য আৰু পাঁচখন কেন্দ্রীয় শাসিত অঞ্চলৰ ৩৫ খন চহৰত ১২৪৫ খন বিদ্যালয়, ৫৬ আৰডব্লিউএএছ, দহটা অফিচ ক্লাষ্টাৰ, ৩৩ খন মহাবিদ্যালয়, ৩২ টা তথ্যগােট আৰু ৫০টা উপভােক্তা খুচুৰা ব্যৱসায়ীৰ মাজত ইলেনিক সামগ্রী নিষ্কাশনক লৈ সজাগতাৰ সৃষ্টি কৰা হয়

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close