বিনোদনশীৰ্ষ

কেটৰিনাৰ প্ৰেম

বলিউডৰ তাৰকা অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম কেটৰিনা কেইফ । বি টাউনৰ আৰম্ভণিতে ছলমান খানৰ সৈতে প্ৰেমত মচগুল হোৱা কেটৰিনা এতিয়া ৱিকি কৌশলৰ প্ৰেমৰ মায়াজালত আবদ্ধ।জানিব পৰা অনুসৰি ৱিকিৰ সৈতে কেটৰিনা এতিয়া ডেটিংত ব্যস্ত।তেওঁলোকৰ প্ৰেমৰ বাতৰিয়ে বলিউড অনুৰাগীৰ মনত ব্যাপক চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close