অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

কৃষ্ণাইত ফুটবল চুপাৰ লীগ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজিৰে পৰা আমবাৰী যুৱ সংঘৰ উদ্যোগত হাব্ৰাঘাট মহাবিদ্যালয় খেলপথাৰত চুপাৰ লীগ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত  হয়৷ টুৰ্ণামেণ্ট ফুটবল প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে জিলাখনৰ ২০ ৰো অধীক ফুটবল টীমে অংশগ্ৰহণ কৰিছে বুলি আয়োজকসকলে জানিবলৈ দিছে ৷ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ নগদ ৩৫ হেজাৰ টকাসহ এটা ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ নগদ ২৫ হেজাৰ টকাসহ এটা ট্ৰফী আগবঢ়াব ৷ উল্লেখ্য যে, আমবাৰী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ এইবেলি দ্বিতীয় বাৰ্ষিক টুৰ্ণামেণ্ট প্ৰতিযোগিতা ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close