অসমনিয়োগ খবৰবিশেষশীৰ্ষ

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত চাকৰি

ৰাজ্যৰ আগশাৰীৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অডিঅ’ ভিজুৱেল প্ৰডাকচন, ছিনিয়ৰ একাউন্ট এছিছটেণ্ট, ছিনিয়ৰ এছিছটেণ্ট, মাল্টি টাস্কিং ষ্টাফত পদ খালী হৈছে। উক্ত পদৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই ইচ্ছুক প্রার্থীসকলৰ পৰা আবেদনপত্র বিচাৰিছে। প্রার্থীসকলে জমা দিয়াৰ অন্তিম দিন ৪ নৱেম্বৰ। অডিঅ’ ভিজুৱেল, ছিনিয়ৰ এছিছটেণ্ট, মাল্টি টাস্কিং ষ্টাফত এটা আৰু ছিনিয়ৰ এছিছটেণ্টত তিনিটা পদ খালী হৈ আছে। প্রার্থীসকলে সবিশেষ জানিবলৈ www.kkhsou.inত লগ ইন কৰক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close