অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

কামপুৰত মাণ্ডলিক ক্ৰীড়া প্ৰতিযোগীতাৰ সফল সামৰনি

ৰূপজ্যোতি ভূঞা, কামপুৰ

খে’লগি টু খিল’গি-এই মন্ত্ৰৰে কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক মাণ্ডলিক ক্ৰীড়া সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে ৷ ক্ৰীড়া সমাৰোহৰ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিয়লী এথেলেক্টিচৰ আৰু বিভিন্ন খেলৰ বঁটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয় । এই বঁটা বিতৰণী সভাত উপস্থিত থাকি ৰাজ্যিক ক্ৰীড়া সন্থাৰ সদস্য সচিব লক্ষ্য কোঁৱৰ মন্তব্য কৰে যে, খে’লগি টু খিল’গি, ক্ৰীড়াই এখন সমাজ সংগঠিত কৰে, ক্ৰীড়াই সমাজলৈ শান্তি আনে ৷ এখন দেশে খেলত আগবাঢ়িব পাৰিলেহে অন্য ক্ষেত্ৰতো আগবাঢ়িব পাৰিব ৷ অনুষ্ঠানত যুটীয়া সম্পাদক প্লাৱন বৰুৱাৰ লগতে বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে । এই সভাত বিভিন্ন প্ৰতিযোগীতাত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈ সকলক বঁটা প্ৰদান কৰে আয়োজক সমিতিয়ে ৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close