অসমবিশেষশীৰ্ষ

কাক লৈ আজি ছুপ্ৰিম কৰ্টৰ গুৰুত্বপূৰ্ণ শুনানি

কাক লৈ আজি ছুপ্ৰিম কোৰ্টে গুৰুত্বপূৰ্ণ শুনানি আগবঢ়ায়। কেন্দ্ৰক স্থিতি স্পষ্ট কৰিবলৈ চাৰি সপ্তাহৰ সময় দিলে ছুপ্ৰিম কোৰ্টে।কেন্দ্ৰৰ পক্ষ নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অধিক সময় বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।ছুপ্ৰিম কোৰ্টৰ ১নং আদালতত চলে গোচৰৰ শুনানি। অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে পৃথকে হ’ব। অসমৰ আবেদনসমূহৰ শুনানি হ’ব দুসপ্তাহৰ পিছত। চৰকাৰক চাৰি সপ্তাহৰ সময় ছুপ্ৰিম কোৰ্টৰ। তিনিটা বিভাগত হ’ব শুনানি। অসম-ত্ৰিপুৰা পৃথকে, উত্তৰ প্ৰদেশ আৰু সাংবিধানিক দিশৰ ওপৰতো পৃথকে পৃথকে হ’ব শুনানি।সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিব পাৰে ছুপ্ৰিম কোৰ্টে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close