অসমবিশেষশীৰ্ষ

উপায়ুক্তৰ ইতিবাচক পদক্ষেপ

মৃদুল কুমাৰ গগৈ, ডিমৌ

নৱনিযুক্ত উপাযুক্ত ডা:এম এছ লক্ষীপ্রিয়াই শিৱসাগৰ জিলাত কোনো ব্যক্তি, দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা চান্দা ,বৰঙণি, মাননি, যিকোনো চান্দা তোলাৰ ওপৰত শিৱসাগৰ জিলাত নিষেধাজ্ঞা আৰোপ কৰিছে। উপায়ুক্তগৰাকীৰ এই পদক্ষেপক ৰাইজে আদৰণি জনাইছে।লগতে সমগ্ৰ অসমতে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোৱে জিলা প্ৰশাসনসমূহক অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close