
শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী, শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানৰ পাছত এইবাৰ আমিৰ খানৰ জীয়ৰী। জাহ্নৱী-সুহানাই ছ’চিয়েল মিডিয়াত আলােড়ন সৃষ্টি কৰাৰ পাছত এইবাৰ লাইম লাইটলৈ আহিছে আমিৰ খানৰ জীয়ৰী ইৰা খান। শেহতীয়া ফটো গ্লুটৰ পাছত ই খানৰ ইনষ্টাগ্রামত ফটোসমূহ আপলােড কৰাৰ পাছতে আমিৰ খানৰ জীয়ৰীয়ে লাভ কৰিছে লাখ লাখ কমেন্ট, লাখ লাখ লাইক।
ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে আবেদনময়ী ইৰা খানৰ ফটো। ইৰা খান কেইবাখনাে ফটো ইনষ্টাগ্রামত আপলােড কৰা হৈছে, য’ত আমিৰ খানৰ জীয়ৰী ইৰাই কেপচন হিচাপে লিখিছে— When your stylist doesn’t come for your shoot and you miss her and want her attention so you take silly photos to scare and annoy her…”