অসমনিয়োগ খবৰশীৰ্ষ

ইউ পি এছ চিত পদ খালী

ইউপিএছচিৰ তৰফৰ পৰা মুঠ ৬৩টা পদ পূৰণৰ বাবে প্রার্থী সকলৰ পৰা আবেদন বিচৰা হৈছে। উক্ত খালী হৈ থকা পদসমূহ হ’ল ক্রমে কম্পেনী প্রছিকিউটৰ ১১টা,প্রছিকিউটৰ এটা, জুনিয়ৰ ছাইন্টিফিক প্রছিকিউটৰ দুটা, পৰিচালক এটা, ডার্মাটোলজী স্পেচিয়েলিষ্ট ৭টা, অবষ্টেটিকছু স্পেচিয়েলিষ্ট ৯টা, অর্থপেডিকছ ৯টা, পায়েডায়েত্রিকছ ১৭টা, ছাইকেট্রিকছ ৭টা আৰু অপথাৰ্ম’লজী ২টা পদ খালী হৈ আছে। প্রার্থীসকলে আবেদন জনােৱাৰ অন্তিম তাৰিখ ১৪ নৱেম্বৰ। সবিশেষ জানিবলৈ ইউপিএছচিৰ ৱেবছাইটত চাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close