অসমনিয়োগ খবৰবিশেষশীৰ্ষ

অসম স্কিল ডেভেলপমেন্টত চাকৰি

অসম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত অসম স্কিল ডেভলপমেন্ট মিছনত খালী হৈ থকা দুটা পদ পূৰণৰ বাবে যাে-জা চলােৱা হৈছে। খালী হৈ থকা পদকেইটা হ’ল ক্রমে— ডিষ্ট্রিক প্রজেক্ট মেনেজাৰ আৰু প্রজেক্ট মেনেজাৰ। দুয়ােটা পদতে খালী পদ সংখ্যা এটাকৈ। মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে নিয়ােগ কৰিবলগীয়া প্রার্থীসকল এমবিএ/পিজিডিএম/এমএছডব্লিউ/পিজিডি লগতে ৰুৰেল ডেভলপমেন্ট/ মেনেজমেন্ট/বি ই/বি টেক ডিগ্রীধাৰী হ’ব লাগিব। সাক্ষাঙ্কাৰৰ তাৰিখ ২৬ নৱেম্বৰ। ইচ্ছুক প্রার্থীসকলে প্রয়ােজনীয় নথিসহ পুৱা দহ বজাত পঞ্চম মহলা, কটাহবাৰী, ডিপিএছ ৰােড, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭, গড়চুক, পিন-৭৮১০৩৫ ঠিকনাত উক্তদিনা উপস্থিত থাকিব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close